Duration 4:26

একেবাৰে সহজ প্ৰশ্ন | অলপ মাথা লগাই উত্তৰ দিলেই যিকোনো এটা Prize | Kishor Art

792 watched
0
111
Published 23 Apr 2020

সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ এই ভিডিওটোত একেবাৰে সহজ প্ৰশ্ন এটা সোধা হৈছে। ভিডিওটোৰ শেষ মূহুৰ্তত দেখুওৱা বাঘৰ চিত্ৰখনলৈ মন দি চাওক আৰু সেই ছবিখন অঁকা হোৱাৰ পিছত মই কি ভূল কৰিলোঁ এবাৰ চিন্তা কৰি ছবিখন চাওক। যদি উত্তৰটো দিবলৈ সক্ষম হৈছে তেনেহ'লে তলত দিয়া হোৱাট্চএপ নম্বৰত মেছেজ কৰক। নাইবা ই মেইল কৰক । নাইবা Facebook ত মেছেজ কৰক নিজৰ নামৰ সৈতে। কিন্তু YouTube ত কমেন্ট কৰি অকল নিজৰ নামটো জনাব লাগিব। ভিডিওটোৰ তলৰ Comment boxot ত নিজৰ নাম নিলিখিলেও পুৰস্কাৰ নাপাব। যদি ভিডিওটো ভাল পাইছে লাইক আৰু ছেয়াৰ কৰিব নাপাহৰিব 🙏। যদি চেনেলটোত আজি প্ৰথম আহিছে Subscribe কৰি bell icon "🔔" টো চুই দিয়ক, তেতিয়াহে এনেকুৱা ভিডিও দিলে আপোনাৰতাত notification এটা যাব। 🌺🌺🌼🌼🌺🌺 another competition video 👉 /watch/Q_oZBGo94fp9Z __________________________________________________ music 👉/watch/gITv6Yyjn7jjv 👉/watch/YUFPWxHydlqyP __________________________________________________ WhatsApp number 👉 9707626669 Facebook page👉https://www.facebook.com/KishorartKdeka/ Facebook👉https://www.facebook.com/kishor.deka.908 Instagram👉https://www.instagram.com/kishorart_k_a?r=nametag Thank you😊 #KishorArt

Category

Show more

Comments - 93